“দাল-মাখনী”ৰ মাখনা
ড° ৰমনী কান্ত ঠাকুৰীয়া মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয় অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰা, গুৱাহাটী – ৭৮১০২২ যিবোৰ ঠাই বছৰৰ কমেও তিনিমাহ নাইবা সৰহখিনি সময়েই অগভীৰ জলৰাশিৰে আবৃত হৈ থাকে আৰু য’ত জলজ উদ্ভিদসমূহ পোৱা যায়, তেনেবোৰ পৰিস্থিতিতন্ত্ৰকে সাধাৰণ অৰ্থত আৰ্দ্ৰভূমি (wetland) বোলা হয়। সাধাৰণ ধাৰণাৰে আৰ্দ্ৰভূমিসমূহ উৎপাদনহীন, কম গুৰুত্বপূৰ্ণ আৰু অপ্ৰয়োজনীয় অঞ্চল
Read More