অণুজীৱ বিজ্ঞানৰ বিকাশৰ ইতিহাস (খণ্ড – ২)
ড° প্ৰবোধ বৰা গৱেষণা সঞ্চালক (পশুচিকিৎসা) অসম কৃষি বিশ্ববিদ্যালয় খানাপাৰা, গুৱাহাটী-২২ ৰবাৰ্ট হুক জীৱৰ কোষীয় গঠন সম্পৰ্কে ধাৰণা আগবঢ়োৱা প্ৰথমজন ব্যক্তি আছিল ৰবাৰ্ট হুক। অণুবীক্ষণ যন্ত্ৰৰ তলত দেখা পোৱা ‘ক্ষুদ্ৰকায় প্ৰাণী’বোৰ স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ ৰবাৰ্ট হুকৰ ওচৰলৈ সেই সময়ত সমাজৰ উচ্চ-স্তৰৰ বহু ব্যক্তি, আনকি ৰুছদেশৰ জাৰ আৰু ইউৰোপৰ অন্যান্য ৰাজবংশীয় লোকো আগ্ৰহেৰে গৈছিল। তেওঁ সকলোকে সমান
Read More